নৱবৰ্ষত গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত

- দীপক কুমাৰ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত।
- প্ৰদীপ চন্দ্ৰ শালৈৰ স্থলাভিষিক্ত হ’ব আই পি এছ বিষয়াগৰাকী।
- ৰাজ্যৰ আইন-শৃংখলাৰ মহাপৰিৰ্দশক আছিল কুমাৰ।
- আজি অৱসৰ গ্ৰহণ কৰিব আৰক্ষী আয়ুক্ত প্ৰদীপ চন্দ্ৰ শালৈয়ে।
The post নৱবৰ্ষত গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EXOylA
via IFTTT
Comments
Post a Comment