মহানগৰীৰ গ্ৰীণ উড ৰিজৰ্টৰ সমীপত ভয়ংকৰ দুৰ্ঘটনাত শিশুসহ ৪জনক উদ্ধাৰ…

  • গ্ৰীণ উড ৰিজৰ্টৰ সমীপৰ দুৰ্ঘটনাত বৰ্তমানলৈ উদ্ধাৰ চাৰিজনক।
  • উদ্ধাৰ কৰা ভিতৰত আছে শিশুসহ মহিলা আৰু যুৱক।
  • সংকটজনক অৱস্থাত আটাইকেইজনকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ।
  • আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত বৰ্তমানেও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

The post মহানগৰীৰ গ্ৰীণ উড ৰিজৰ্টৰ সমীপত ভয়ংকৰ দুৰ্ঘটনাত শিশুসহ ৪জনক উদ্ধাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EXF35B
via IFTTT

Comments