ঘন কুঁৱলীৰ ফলত ১২ গাড়ীৰ সংঘৰ্ষ, নিহত ১

- দিল্লীৰ নয়দাত ভয়ংকৰ দুৰ্ঘটনা।
- ঘন কুঁৱলীৰ ফলত ১২খন গাড়ীৰ সংঘৰ্ষ।
- ঘটনাত এজন লোক নিহত হোৱাৰ লগতে ১০ জন লোক গুৰুতৰভাৱে আহত।
- আহত সকলক ভৰ্তি কৰোৱা হৈছে স্থানীয় চিকিৎসালয়ত।
The post ঘন কুঁৱলীৰ ফলত ১২ গাড়ীৰ সংঘৰ্ষ, নিহত ১ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2TjGw9w
via IFTTT
Comments
Post a Comment