মেলবৰ্ণ টেষ্টত ভাৰতৰ ঐতিহাসিক জয়…

  • মেলবৰ্ণ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়।
  • ১৩৭ ৰানত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিলে ক’হলী বাহিনীয়ে।
  • ৩৭ বছৰ পিছত মেলবৰ্ণত টেষ্ট জয় ভাৰতৰ।
  • এই জয়েৰে চাৰিখনীয়া শৃংখলাত ২–১ৰ অগ্ৰগতি ভাৰতীয় ক্ৰিকেট দল।
  • ইয়াৰ পূৰ্বে ভাৰতে ১৯৮১ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলবৰ্ণত টেষ্ট মেচত জয়লাভ কৰিছিল।

The post মেলবৰ্ণ টেষ্টত ভাৰতৰ ঐতিহাসিক জয়… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2SwUBRi
via IFTTT

Comments