চামগুৰিৰ বাজিয়াগাঁৱত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাৰপিট

- চামগুৰিৰ বাজিয়াগাঁৱত পুনৰ কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত মাৰপিট।
- কংগ্ৰেছী পালিনেতা ওছমান আলী আৰু বাবুল হুছেইনৰ নেতৃত্বত অহা এটা দলে বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ।
- আক্ৰমণত গুৰুতৰভাৱে আহত হয় তিনিজন বিজেপি কৰ্মী।
- আহত আবুল কালাম, মন্নছ আলী আৰু জাকিৰ হুছেইনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
- পঞ্চায়ত নিৰ্বাচনৰ সময়তো বাজিয়াগাঁৱত কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকৰ মাজত হৈছিল সংঘাত।
The post চামগুৰিৰ বাজিয়াগাঁৱত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাৰপিট appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EZBJGG
via IFTTT
Comments
Post a Comment