চিৰাঙৰ সোনাইখোলাত অৱৈধ কাঠফলা মিল জব্দ

বিজনীৰ পৰা ৰিমো সেনৰ প্ৰতিবেদনঃ
চিৰাঙ জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত সোনাইখোলাৰ পৰা এক গোপন সূত্ৰ পম খেদি ৰবিবাৰে এছ এছ বি ৫৪ নং বেটেলিয়ান আৰু বিজনীস্থিত কাঠ ডিপোৰ কৰ্মীৰ সহযোগত আকস্মিক যৌথ অভিযানত সোনাইখোলাৰ পৰা জব্দ হয় দীৰ্ঘ দিন ধৰি অঞ্চলত চলাই থকা অৱৈধ কাঠফলা মিল। জব্দকৃত মিলৰ যন্ত্ৰপাতি বিজনী ডিপোলৈ লৈ আনে যদিও অৱৈধ কাঠফলা মিলৰ লগত জৰিত কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযান চলোৱা দলে।

The post চিৰাঙৰ সোনাইখোলাত অৱৈধ কাঠফলা মিল জব্দ appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2AnSHeC
via IFTTT

Comments