বগীবিল দলঙত অজস্ৰ লোকৰ ভিৰ

- সন্মুখত নতুন বছৰ।
- ৰাজ্যৰ বিভিন্ন বনভোজস্থলীত বৃদ্ধি পাইছে বনভোজপ্ৰেমী।
- বগীবিল দলঙৰ ওপৰত দেওবাৰে দেখিবলৈ পোৱা গৈছে ব্যাপক যানজঁট।
- বগীবিল দলং মুকলি হোৱাৰে পৰা এনেদৰে অসংখ্য লোকে দৈনিক ভিৰ কৰিছে দলংখন চাবলৈ।
- ইপালে আজি বছৰৰ শেষৰটো দেওবাৰ আৰু বগীবিল দলং মুকলিৰ হোৱাৰ পিছৰ প্ৰথমটো দেওবাৰ।
The post বগীবিল দলঙত অজস্ৰ লোকৰ ভিৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EWtzOZ
via IFTTT
Comments
Post a Comment