জম্মু কাশ্মীৰত ২ পাক সন্ত্ৰাসবাদী নিহত

  • জম্মু কাশ্মীৰ কুপৱাড়া জিলাৰ সীমান্তত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।
  • সংঘৰ্ষত দুই পাক সন্ত্ৰাসবাদী নিহত ।
  • সীমান্ত পাৰ হ’বলৈ খোজতেই ভাৰতীয় সেনাৰ গুলীবৰ্ষণ।
  • বৰ্তমানেও সেনাৰ অভিযান অব্যাহত।

The post জম্মু কাশ্মীৰত ২ পাক সন্ত্ৰাসবাদী নিহত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2SAnaNm
via IFTTT

Comments