আদালতত আত্মসমৰ্পণ কৰিলে সজ্জন কুমাৰে

- দিল্লীৰ বিশেষ আদালতত আত্মসমৰ্পণ কৰিলে সজ্জন কুমাৰে ।
- ১৯৮৪ চনৰ শিখ নিধন কাণ্ডৰ সৈতে জড়িতৰ অভিযোগত অভিযুক্ত সজ্জন কুমাৰ।
- কিছুদিনৰ পৰা কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে সজ্জন কুমাৰে।
- ১৮ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে সজ্জন কুমাৰকে ধৰি কেইবাজনকো যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল।
- সজ্জন কুমাৰক আত্মসমৰ্পণ কৰিবলৈ ৩১ ডিচেম্বৰৰ লৈকে সময়সীমা বান্ধি দিছিল আদালতে।
The post আদালতত আত্মসমৰ্পণ কৰিলে সজ্জন কুমাৰে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2QYfxDU
via IFTTT
Comments
Post a Comment