হাৰ্দিক পাণ্ডিয়াক ধোনীয়ে ‘বুৰ্বক’ বুলি কিয় কলে? ভাইৰেল VIDEO

ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিঙ ধোনী কিছুদিন ধৰি খেলপথাৰৰ পৰা আতৰি আছে। ইয়াৰ পৰিৰ্ৱতে তেঁও এইকেইদিন সময় পাৰ কৰিছে পৰিয়ালৰ সৈতে। খেল পথাৰতেই হওক বা বাস্তৱ জীৱনতেই হওক ধোনী খুবেই অমায়িক আৰু ধৈৰ্যশীলভাৱে থকা পৰিলক্ষিত হয়।
মহেন্দ্ৰ সিঙ ধোনীয়ে কোনো সৰ্তীথকো বেয়া ব্যৱহাৰ কৰা পৰিলক্ষিত হোৱা নাই। কিন্তু শেহতীয়াকৈ দেখা গ’ল কেমেৰা সন্মুখতে ধোনীয়ে টীম ইণ্ডিয়াৰ এজন সতীৰ্থক কৰিলে ৰ্দুব্যৱহাৰ। ধোনীৰ অতিকৈ ঘনিষ্ঠ হাৰ্দিক পাণ্ডিয়াক ধোনীয়ে কলে ‘বুৰ্বক’।
আচলতে বাস্তৱত ধোনীয়ে পাণ্ডিয়াক বুৰ্বক বুলি কোৱা নাই। এক বিজ্ঞাপনৰ শ্বুটিংতহে ধোনীয়ে পাণ্ডিয়াক কলে বুৰ্বক। বিজ্ঞাপনটোত ভোজপুৰী ষ্টাইলৰেৰে ধোনী পাণ্ডিয়াই কৰা কথোপকথন খুবেই মনোগ্ৰাহী হৈছে। অতি কমসময়ৰ ভিতৰত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিজ্ঞাপনটো।
The post হাৰ্দিক পাণ্ডিয়াক ধোনীয়ে ‘বুৰ্বক’ বুলি কিয় কলে? ভাইৰেল VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2F03HTk
via IFTTT
Comments
Post a Comment