যোৰহাটত বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল দুটাকৈ বাসগৃহ

  • যোৰহাটত বিধ্বংসী অগ্নিকাণ্ড।
  • যোৰহাটৰ নকছাৰী ষ্টেচন তিনিআলিত সৃষ্টি হয় অগ্নিকাণ্ডৰ।
  • জুইত সম্পূৰ্ণ ৰূপে জাহ যায় দুটাকৈ বাসগৃহ।
  • জাহ যোৱা বাসগৃহ দুটি মণ্টু মাহাতো আৰু শিৱ মাহাতো নামৰ লোক দুজনৰ।
  • শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ পৰিয়ালৰ।

The post যোৰহাটত বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল দুটাকৈ বাসগৃহ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GZCoKT
via IFTTT

Comments