ঢেকীয়াজুলিৰ চিৰাজুলিত সন্ধানহীন ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ

  • ঢেকীয়াজুলিৰ চিৰাজুলিত মৃতদেহ উদ্ধাৰ।
  • মৃতদেহটো সন্ধানহীন হৈ থকা ব্যৱসায়ী দ্বিজেন কৰ্মকাৰৰ বুলি চিনাক্ত।
  • ব্যৱসায়ীজনৰ ঘৰৰ পৰা ১০০ মিটাৰ নিলগৰ জংঘলত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহটো।
  • প্ৰথমে একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।
  • বিগত এসপ্তাহ ধৰি সন্ধানহীন হৈ আছিল তেওঁ।
  • স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।
  • ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।
  • এয়া হত্যাকাণ্ড নে আত্মহত্যা বৰ্তমানলৈকে জানিব কৰা হোৱা নাই।

The post ঢেকীয়াজুলিৰ চিৰাজুলিত সন্ধানহীন ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GMuq7I
via IFTTT

Comments