দিল্লীত এছ টি এফৰ অভিযানত জব্দ ৪.৫ টন ৰঙা চন্দন কাঠ

- দিল্লীত এছ টি এফে শনিবাৰে জব্দ কৰিলে ৪.৫ টন ৰঙা চন্দন কাঠ।
- চীনলৈ চোৰাং সৰবৰাহৰ বাবে সাজু কৰা হৈছিল চন্দন কাঠখিনি।
- এখন ট্ৰাকৰ পৰা জব্দ কৰা হয় এই চন্দন কাঠখিনি।
- চন্দন কাঠখিনিৰ মূল্য ভাৰতীয় বজাৰত ডেৰ কোটিৰো অধিক ।
- চোৰাং চন্দন সৰবৰাহৰ সৈতে জড়িত তিনিজনক আটক।

The post দিল্লীত এছ টি এফৰ অভিযানত জব্দ ৪.৫ টন ৰঙা চন্দন কাঠ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OTl7lQ
via IFTTT
Comments
Post a Comment