ভটভটী বন্ধৰ বিৰোধ কৰি মহানগৰীত আমছুৰ প্ৰতিবাদ

  • শনিবাৰে মহানগৰীৰ হাতীগাঁৱত আমছুৰ উত্তাল প্ৰতিবাদ।
  • বিকল্প যাৱতীয় ব্যৱস্থা নকৰাকৈ চৰকাৰে ভটভটী বন্ধ কৰাক লৈ এই প্ৰতিবাদ।
  • জলপৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীসকলে।
  • ধুবুৰী, গোৱালপাৰা, গুৱাহাটী আৰু বঙাইগাঁৱত ভটভটী চলাচল বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুুদ্ধে প্ৰতিবাদ।
  • জনসাধাৰণৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰিবলৈ চৰকাৰক আহ্বান প্ৰতিবাদকাৰীৰ ।

The post ভটভটী বন্ধৰ বিৰোধ কৰি মহানগৰীত আমছুৰ প্ৰতিবাদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OmlRD5
via IFTTT

Comments