বিহাৰৰ মগধত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে জ্বলাই দিলে বাছ

- মগধ বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ।
- প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে জ্বলাই দিলে এখন বাছ।
- ৩২খন কলেজৰ স্বীকৃতি বাতিল কৰিছিল বিশ্ববিদ্যালয়খনে।
- ইয়াৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰিছিল প্ৰতিবাদ।
- প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক নিয়ন্ত্ৰণ আৰক্ষীৰ।

The post বিহাৰৰ মগধত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে জ্বলাই দিলে বাছ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zFmdfV
via IFTTT
Comments
Post a Comment