নলবাৰীত অসম আৰক্ষী দিৱস উদযাপন

- আজি অসম আৰক্ষী দিৱস ।
- আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি নলবাৰীত আৰক্ষী চকী সমূহত সমূহীয়া চাফাই অভিযান।
- হৰিমন্দিৰ চকৰ লগতে চহৰখনৰ বিভিন্ন প্ৰান্তত চলালে চাফাই অভিযান।
- আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ লগতে আৰক্ষী জোৱানেও ললে এই অভিযানত অংশ।
- আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি অনুস্হিত হয় বিভিন্ন অনুস্হান।
- স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলৰ সৈতে সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ক মত বিনিময় জিলা প্ৰশাসনৰ।
The post নলবাৰীত অসম আৰক্ষী দিৱস উদযাপন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DDihQD
via IFTTT
Comments
Post a Comment