৫ ঘণ্টা ধৰি চিবিআইৰ মাৰাথন জেৰা জিএমডিএৰ প্ৰাক্তন কাৰ্যবাহী বিষয়া প্ৰীতম শইকীয়াক

- লুই বাৰ্জাৰ কেলেংকাৰী সন্দৰ্ভত জিএমডিএৰ প্ৰাক্তন কাৰ্যবাহী বিষয়া প্ৰীতম শইকীয়াক জেৰা চিবিআইৰ।
- ৫ ঘণ্টা ধৰি জিএমডিএৰ কাৰ্যালয়ত মাৰাথন জেৰা শইকীয়াক।
- জেৰাৰ অন্তত সংবাদ মাধ্যমক শইকীয়াই কলে ‘ মই এতিয়া একো নকও,যি কব লগা আছে চিবিআইক কৈছো।’
- লুই বাৰ্জাৰ কেলেংকাৰী সন্দৰ্ভত বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে চিবিআইয়ে।
- চিবিআইৰ অধীক্ষক ৰাজীৱ ৰঞ্জনৰ নেতৃত্বত চলিছে এই অভিযান।
The post ৫ ঘণ্টা ধৰি চিবিআইৰ মাৰাথন জেৰা জিএমডিএৰ প্ৰাক্তন কাৰ্যবাহী বিষয়া প্ৰীতম শইকীয়াক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Na9uoN
via IFTTT
Comments
Post a Comment