পূজা-পাতলৰ বাবে বৃহস্পতিবাৰে অৰ্ধ ছুটী লাগে শিলাদিত্যক
- পূজা-পাতলৰ বাবে বৃহস্পতি বাৰে অৰ্ধ ছুটী লাগে শিলাদিত্যক
- পূজা-পাতলৰ বাবে বৃহস্পতিবাৰে অৰ্ধ ছুটী লাগে শিলাদিত্যৰ লগতে ১০ বিজেপি বিধায়কক।
- বৃহস্পতিবাৰে বিধানসভাৰ অধিৱেশন অৰ্ধ ছুটীৰ বাবে অধ্যক্ষক আবেদন ১০ বিজেপি বিধায়কৰ।
- শিলাদিত্যৰ নেতৃত্বত এই আবেদন ১০ বিধায়কৰ।
- পূজা পাতলৰ বাবে হাফ হলী ডে দৰকাৰ বুলি মন্তব্য শিলাদিত্যৰ।
The post পূজা-পাতলৰ বাবে বৃহস্পতিবাৰে অৰ্ধ ছুটী লাগে শিলাদিত্যক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2y03PfK
via IFTTT
Comments
Post a Comment