১২ অক্টোবৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

  • ১২ অক্টোবৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
  • পূৱ অসম বন সংমণ্ডল প্ৰাধিকাৰী(বন্যপ্ৰাণী) ৰোহিণী বল্লভ শইকীয়াই কৰিলে এই ঘোষণা ।
  • চলিত বৰ্ষৰ ৩১ মে’ৰ পৰা বন্ধ আছিল ৰাষ্ট্ৰীয় উদ্যানখন ।

The post ১২ অক্টোবৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2xLY1qJ
via IFTTT

Comments