মহানগৰীত অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ UPDATES

  • মহানগৰীৰ দক্ষিণ শৰণীয়াৰ পৰা উদ্ধাৰ বিশাল পৰিমাণৰ অস্ত্ৰৰ ভাণ্ডাৰ।
  • নিৰোদ ডেকা নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে ৭টা ৰাইফল।
  • উদ্ধাৰ কৰা হৈছে ৮০০ৰো অধিক গুলী।
  • লোকজনৰ ঘৰত আৰক্ষীৰ অভিযান অব্যাহত।

  • অৰিয়েণ্টল বেংক অৱ কমাৰ্চৰ পৰা লোকজনে লৈছিল ঋণ।
  • ঋণ পৰিশোধ কৰা নাছিল লোকজনে।
  • আৰক্ষীয়ে গণি আছে গুলী।
  • গুলী গণি গণি ভাগৰি পৰিছে আৰক্ষী।

The post মহানগৰীত অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ UPDATES appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QeX4hx
via IFTTT

Comments