প্ৰিন্সিপাল চীফ কনজাৰভেটৰ অৱ ফৰেষ্ট পদত এছ কে শ্ৰীবাস্তৱক নিযুক্তি

  • বন বিষয়া এছ কে শ্ৰীবাস্তৱৰ পদোন্নতি।
  • প্ৰিন্সিপাল চীফ কনজাৰভেটৰ অব ফৰেষ্ট আৰু হেড অব ফৰেষ্ট ফৰ্চ হিচাবে পদোন্নতি বাস্তৱক।
  • ইয়াৰ পূৰ্বে উজনি অসমৰ স্পেচিয়েল প্ৰিন্সিপাল চীফ কনজাৰভেটৰ অব ফৰেষ্ট হিচাপে কৰ্মৰত আছিল তেওঁ।
  • এফ আৰ ই ১৪৭/ ২০১৪/ পি টি / ১৭৩ নাও অধিসূচনাৰ জড়িয়তে এই পদোন্নতি দিয়া হৈছে বিষয়াজনক।

The post প্ৰিন্সিপাল চীফ কনজাৰভেটৰ অৱ ফৰেষ্ট পদত এছ কে শ্ৰীবাস্তৱক নিযুক্তি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DHNPF9
via IFTTT

Comments