পৰিচয় ওলাল বুঢ়ীদিহিং নৈত উদ্ধাৰ হোৱা আলফা(স্বা)ৰ মৃতদেহৰ

- অৱশেষত পৰিচয় ওলাল বুঢ়ীদিহিং নৈত উদ্ধাৰ হোৱা আলফা(স্বা)ৰ মৃতদেহটোৰ।
- মৃতদেহটো আলফা(স্বা)ৰ দুধৰ্ষ কেডাৰ জান অসম ওৰফে ৰুদ্ৰ বৰুৱা বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে।
- মৃতদেহটোৰ সন্দৰ্ভত সেনাধ্যক্ষ পৰেশ বৰুৱাই বৰ্তমানৰলৈকে প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া ।
- ২০১৩ চনৰ নৱেম্বৰ মাহত আলফাত যোগ দিছিল ৰুদ্ৰ বৰুৱাই ।
- ৰুদ্ৰ বৰুৱাৰ ঘৰ বৰডুমচাৰ ২নং কৰিয়াজান গাঁৱত।
- অন্তোষ্টিক্ৰিয়াৰ বাবে পৰিয়ালে চমজি ললে মৃতদেহ।
The post পৰিচয় ওলাল বুঢ়ীদিহিং নৈত উদ্ধাৰ হোৱা আলফা(স্বা)ৰ মৃতদেহৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Na9pkZ
via IFTTT
Comments
Post a Comment