নীতিশ কুমাৰক সাক্ষাৎ অগপ প্ৰতিনিধি দলৰ

- নীতিশ কুমাৰক সাক্ষাৎ কৰিলে অগপই।
- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অগপৰ সাতজনীয়া দলটোৱে সাক্ষাৎ কৰে জেডিইউৰ অধ্যক্ষজনক।
- জেডিইউৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহকত বিধেয়কখনৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত।
- অগপক সকলো ধৰণৰ সহযোগিতাৰ প্ৰতিশ্ৰুতি দিলে নীতিশ কুমাৰে।
The post নীতিশ কুমাৰক সাক্ষাৎ অগপ প্ৰতিনিধি দলৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zDWhBi
via IFTTT
Comments
Post a Comment