জল পৰিবহণ বিভাগৰ বিৰুদ্ধে তেজপুৰ,নলবাৰীত প্ৰতিবাদ আমছুৰ

  • জল পৰিবহণ বিভাগৰ বিৰুদ্ধে তেজপুৰ,নলবাৰীতো প্ৰতিবাদ আমছুৰ।
  • চৰাঞ্চল সমূহত বিকল্প নৌ পৰিবহণৰ ব্যৱস্থাৰ দাবী প্ৰতিবাদকাৰীৰ।
  • জল পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে।
  • শীঘ্ৰে অসম চৰকাৰৰ তৰফৰ পৰা নৌ যাতায়তৰ বাবে উচিত ব্যৱস্থাগ্ৰহণৰ দাবী।
  • উল্লেখ্য যে মহানগৰীটো শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল আমছুক।

The post জল পৰিবহণ বিভাগৰ বিৰুদ্ধে তেজপুৰ,নলবাৰীত প্ৰতিবাদ আমছুৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RcbpwH
via IFTTT

Comments