দক্ষিণ কামৰূপত উদ্ধাৰ ৪ বছৰীয়া শিশু

  • দক্ষিণ কামৰূপত উদ্ধাৰ এটি ৪ বছৰীয়া শিশু।
  • সোণতলীৰ আৰিকাটি বজাৰত কান্দি আছিল শিশুটিয়ে।
  • কান্দি থকা সময়তে মহৰ আলী নামৰ এজন লোকে উদ্ধাৰ কৰে শিশুটিক।
  • শিশুটিৰ মাতৃৰ নাম ৰৌছনাৰা বেগম বুলি মন্তব্য কৰিছে শিশুটোৱে।
  • অৱশ্যে বৰ্তমানলৈকে শিশুটোৱে ক’ব পৰা নাই ঘৰৰ ঠিকনা।

The post দক্ষিণ কামৰূপত উদ্ধাৰ ৪ বছৰীয়া শিশু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2R4Y3lA
via IFTTT

Comments